Research and Publication

Meghdut_1.1_ 2024

MEGHDUT_01 JAN_MARCH_2024

*শ্ৰদ্ধাঞ্জলি*
সদৌ অসম কবি সন্মিলনৰ পিতৃস্বৰূপ তথা প্ৰতিষ্ঠাপক সভাপতি, ‘পথাৰ’ আৰু ‘পৃথিৱী’ৰ কবি তথা ‘মাটি আৰু মানুহৰ কবি’ খ্যাত জনচেতনাৰ কবি প্ৰয়াত ৰাম গগৈৰ আজি ৩০ সংখ্যক মৃত্যু তিথিত সদৌ অসম কবি সন্মিলনে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। শ্ৰদ্ধাৰে-
/
বংশী বৰা
সভাপতি
চৈয়দ পাৰভিজ হুচেইন
প্ৰধান সম্পাদক
সদৌ অসম কবি সন্মিলন।
৯ চেপ্তেম্বৰ, ২০২৪
প্ৰচাৰ বিভাগ
সদৌ অসম কবি সন্মিলনৰ।
৯ চেপ্তেম্বৰ, ২০২৪